ৰংবিহীন আকাশখন
ৰংবিহীন আকাশখন
"""""""""""""""""""""
! ! ! !
ৰংবিহীন আকাশখন আজি মোৰ চিনাকী …
আজি বহুদিন হ'ল ৰাতিৰ জোনাক নেদেখা …
এতিয়া মই অভিনয় কৰো
সুখী হোৱাৰ অভিনয় …
দুটি ওঁঠত জিলিকি থাকে মিছা হাঁহি …
নহলে যে উপাই নাই মোৰ জানা…
তুমিতো নুবুজিলা মোৰ মনৰ ভাষা …
তোমাৰ অবিহনে কিদৰে আছো জীয়াই …
বুকু শুদা সপোন ভঙা
আজি মোৰ হৃদয় উৰুঙা …… ! !
✍🏻 চুম দত্ত
Comments
Post a Comment