তুমি হেৰাই যোৱা

তুমি হেৰাই যোৱা

   গধূলিটো আজিও
     
      আহে বতাহ জাক

         আহক বা নাহক
            গধূলি গোলাপজোপা
   ফুলক বা নুফুলক
      মনুহবোৰ ঘৰলৈ
ঘুৰি আহক বা নাহক
   গধূলিটো সদায়
      উভটি আহে আনদিনাৰ
         দৰে গধূলিটো
আহিলেই
     যদিও আহে
   ।   তুমি হেৰাই যোৱাৰ
          বেদনা ইও
আনি দিব পাৰে কাৰোবাৰ
বাবে অকণমান সচাঁ মৰম
ভালপোৱা

সুভ সন্ধিয়া সকলোলৈকে

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…