মৰমৰ ৰঙ
✍মৰমৰ ৰঙ
🖊ধনটি শইকীয়া
মৰমী তোমাৰ ৰঙীন
হাতেৰে ৰঙ তুলিবা
ৰঙৰ তুলিকাত মৰম সিছি,,আকিঁ দিবা মৰমৰ চুমা।
সেই চুমাতেই ,,সাগৰৰ মুকুতা বুটলিম
সাজিম আকাশত
বগাই যাবলৈ,,,
ওপৰৰ পৰা তোমাক চাবলৈ সোনৰ এটি জখলা।
তুমি সাগৰ মই আকাশ
গঢ়িম দুয়ো নীলা,,,
নীলাৰঙত স্নীগ্ধ সুৱাস
ৰঙেৰে সিচি দিয়া।
Comments
Post a Comment