মোক তুমি নাপাহৰিবা জানা
মোক তুমি নাপাহৰিবা জানা ...তোমাৰ অবিহনে মই অকলশৰীযা...চাৰিওফালে কেবল অন্ধকাৰ ৰাস্তা...নিমিসতে কৰিছো সপোন সংসাৰ...বহুত কষ্ট বিৰহ বেদনাৰ স্মৰন...ভাঙী পৰিছিলো এখনি ফুলনিক লৈ...বিসাদৰ কল্পনা স্মনিয় শব্দ...নিহকৃন ভাষাৰ সংলেসন চিস্তি...হতবাক সমীকৰনৰ আশাৰ আস্থা...গধুৰ পৰিবেশনৰ সমাৰোহ যাত্ৰাঅশ্লীল বিবেচনা বিশাল গভীৰতাত কষ্টকোনেনো বুজিব অমানিশাৰ চিন্তা ...?সুদুৰ দূৰ সুক্ষ্ম আন্ধাৰ ....দুচকুৰ চক্ৰ অবৈধ অবসান অবদান...লুইতৰ নিজৰা চকুৰ পানীৰে সমাধান.তথাপিও সময়ৰ সমল আহু ধান...থমকি নৰবা বিজয়ৰ বিজুলীৰ বিজ্ঞান..পাহৰিবা নে নৈৰ নৈতিক গতিশীল কিমান?কৰিলে পাৰিবা আধ্য়াত্মিক আধুনিক আধৰুবা..নিসংগতাই জীয়াই থাকিম অমানিশাত মাঠু এবেলা....???
Comments
Post a Comment