জোনাকৰ বৰষুনত

জোনাকৰ বৰষুনত তিতি
জোনাকীৰ পখীবোৰে পাখী
মেলি খবৰ আনে চুচুক চামাককৈ
উৰি যায় ফাগুনৰ পলাশ
হবলৈ 'হিমলুৰ সৈতে ৰং
সানিবলৈ ভাল পালেই হয়তো
বতৰা দি যাব বৰষা উকা
কাগত ভেজা দি দুহাত মেলি
দিয়া মোলৈ দুচুমা তোমাক
দি যাও এবাৰ

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…