যন্ত্ৰণা

যন্ত্ৰণা
""""""

দপ দপকৈ জ্বলিছে সপোনবোৰ…
যিবোৰ সপোন তুমি আঁকিদিছিলা মোৰ দুচকুত …
কিয় আঁকি দিছিলা তুমি
এই বিশাল সপোনবোৰ …?
সপোনবোৰৰ লগতে মই জ্বলিছো দহি দহি…
তুমি দেখা নাই মোৰ দুচকুৰ তপত চকুলো…
দেখা নাই মোৰ যন্ত্ৰণাবোৰ …
সহিব নোৱাৰিছো যন্ত্ৰণাবোৰ …
আহঃ কি যন্ত্ৰণা …!!
! ! !
! ! !
🖋 চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন