ছোৱালী ওচৰত থাকিলে ৰেষ্টুৰেন্টৰ
🏻🌹ছোৱালী ওচৰত থাকিলে
ৰেষ্টুৰেন্টৰ
বিল
🌹আতৰত থাকিলে মোবাইলৰ
বিল
🎄ছোৱালীয়ে
এৰি দিলে মদৰ বিল
🌷সেইকাৰনে
ছোৱালিক নিদিবা
দিল
কেতিয়াও নাহে
বিল
মই
মিছা
কলো
নেকি?
........................................
এটি নষ্ট সপোনৰ শেষত
এটি সপোন আহিছিল
পৃথিৱীৰ পোহৰ বিচাৰি ,
সেইদিনা আকাশখনেও
বাট এৰিদিছিল
নিৰৱতাৰ এটি ক্ষণত ।
ৰদালি কোমল দলিচাত
দুবৰী বনৰ মিতিৰালি
মাথো আজন্ম এটি
সপোনৰ সন্ধান বিচাৰি
য'ত ছাই হব
মৰমৰ ঠিকনাবোৰ ।
সপোনৰ হেন্দালিত
ওলমি ৰব
দুখৰ টোপোলাবোৰ
এটি নষ্ট সপোনৰ দৰেই ।
Comments
Post a Comment