আমপি কৰে
: এৰি অহা দিন সুৱঁৰনি স্মৃতিয়ে কেতিয়াবা আমনি কৰে তুমি এৰি যোৱা সেই দিন সেই প্ৰতিপল ৰাতি অনুপল যাৰ বাবে আছিলো যাৰ বাবে কান্দিছিলো সিও এতিয়া বহু দুৰৈত অচিনাজন অজান বাটে গুচি গল আধৰুৱা সপোন এটি হৈ যাৰ বাবে শিকি গলো বহু মৰম অলেখ ভালপোৱা অতিত মাথো এতিয়া দুচকুত মাথো সুৱঁৰনি ছাঁ বিষাদ বিষাদ ভালপাব নিশিকিলো পাইয়ো হেৰুৱালো ভাল পাব নাজানিলো মই বিষাদৰ এচেৰেঙা ৰঙা তেজ সেমেকা ভালপোৱা সময়ে শিকাই গল বোজাই গল আৰু দি গল বহুত কষ্ট
Comments
Post a Comment