ভালপাওঁ তোমাক

✍🏻✍🏻 ভালপাওঁ তোমাক

তোমাক  ভালপাওঁ বাবে......
মই তোমাৰ পৰা আঁতৰি.....
আহিছোঁ,,,,,,,,,,,,,....????
এনেকৈয়ে মই এদিন হেৰাই যাম.
তুমি গম নোপোৱাকৈয়ে  মই..?
মৃত্যুক আকোঁৱালী ল'ম,,,,,,,,?
মাথোঁ এটাই অনুৰোধ,,,,,,,?
মোক স্বাথ`ৱৰ বুলি নাভাবিবা..?
তোমাৰ চকুপানী নিগৰা........?
চকুযুৰিতেই  যে,,,,,,,,,?
মই মোৰ পৃথিৱীখন দেখিলোঁ,,,,?
এয়া জানো মোৰ ভূল আছিল..?

✍🏻✍🏻 চুম দও

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন