হেৰুৱাৰ বেদনা
হেৰুৱাৰ বেদনা
__________________
আজি বুকুখন বৰকৈ বিষাব ধৰিছে !
উচুপি উঠিছে উকা হৃদয় খন !
উৰে নিশা উজাগৰে কটাইছো তোমাৰ কথা ভাবি !
তুমি মোৰ হৃদয় খন ভাঙি কিয় মোৰ ৰঙ চাইছা !
মোৰ হৃদয়ৰ প্ৰতিটো কোঠালিত তুমালৈ থকা
মৰমবোৰে ভৰি আছে !
তুমি মোৰ মৰমবোৰক লৈ কিয় হেতালী খেলিব খোজিছা !
মোৰ দুচকু বিষাদৰ বেদনাৰে ধুৱাই যাব খোজিছা !
✍নৱজিৎ
Comments
Post a Comment