অকলশৰীয়া

ভয় লাগে তোমাৰ কাষলৈ যাবলৈ তুমি অচিনাকী পৰি।
দুই দিনতে মৰহি যাই গোলাপৰ পাহি সৰি।
তুমি বৰ চঞ্চল, একো কথাতে চিন্তা নকৰা
 জানো মোৰ মনক চম্ভালিব পাৰিবা।
সকলোকে কওঁ মই বেটা প্ৰেমত নপৰিবা প্ৰেমত কষ্ট বৰ,
মই জানি বুজি কষ্টত জাঁপ দিব বিছাৰিছো।
ভালতো পালোৱে তোমাক , মনত ছবি আকিলো এ তোমাৰ,
জানো তুমি মোৰ আপোন হৱ পাৰিবা।
মোৰ মনতো বহুত টোনোকা, কোমল, আলফোলিয়া,
গোটেই জীৱন মোৰ হৈ জানো কটাব পাৰিবা।
মই দুখীয়া, ল'গ নাই অকল সৰীয়া,
মোৰ সাঁচতিয়া ধন হৈ তুমি জানো থাকিব পাৰিবা।
নোৱাৰো দিব মই মনি, মোকোতা সোন,
দুখীয়াৰ জীৱন জানো কটাব পাৰিবা।
ভয় লাগে কেতিয়াবা , নতুন এজনক পায়,
 কোনোৱা ডাজবিনত, মোৰ কোমল হৃদয়ক পেলায়তো নিদিয়াা।
নোপোৱাতকৈ পাই হেৰুৱাৰ বেদনা বেছি,
ওচৰ চাপি তুমি নিমিষতে দূৰলৈ আতৰি নাযাবা।
ভয় লাগে মোৰ, কিমান প্ৰতাৰনাৰ বলি হৈ,
মাতাল যুৱকৰ দৰে বটল প্ৰেমি কৰি এৰিতো নিদিবা।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…