অ' লগৰী

"অ' লগৰী"

ক'লা এন্ধাৰে আৱৰা বুকু মোৰ ,
তোমাৰ অস্তিত্ব বিচাৰি নাপাওঁ কেনিও ,
কতেনো আছা তুমি ?.
হেৰোৱা সময়ৰ ঠিকনা বিচাৰি 
পাগল হৈ পৰিছো আজি !
সুগন্ধি ফুলৰ গোন্ধ ,
উমাল দিনৰ মৰমবোৰ ,
বিচাৰি চলাথ কৰিছো |
কিন্তু নাপাওঁ কেনিওঁ |
অ' মোৰ লগৰী কতনো  আছা তুমি ?.
যি ফালে চকু দিও দেখো ধুৱলি-কুৱলি ,
মৰমৰ আচল ধৰি সময়ৰ পিছ লওঁ ,
কিজানি তোমাক বিচাৰি পাওঁ |
পদুলি মূৰত ৰৈ থকা প্রেম মোৰ ,
নাপালে তোমাৰ হৃদয়ৰ কোঠা |
সচাকে ভাগৰি পৰিছো তোমাক বিচাৰি ,
কতেনো আছা অ' লগৰ তুমি ???........

..................................................

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…