অজানিতে হোৱা প্ৰেম

অজানিতে হোৱা প্ৰেম
………………………………………

নজনাকৈ নেদেখাকৈ
পৰিলো তুমাৰ প্ৰেমত !
💞💞💞💞💞💞💞💞
তুমি আছা মোৰ মনৰ দাপোণত ।
❣❣❣❣❣❣❣❣❣❣❣
হৃদয়ৰ কোনে কোনে আছে,
💕💕💕💕💕💕💕💕💕💕💕
তুমাৰলৈ মৰম তুমিটো বুজিছাই,
💖💖💖💖💖💖💖💖💖💖💖
তুমালৈ মোৰ কিমান মৰম
তুমি মোৰ হৃদয়ত নিদিবা আঘাত
মই তুমাক ৰাখিম মৰমত,
💗💗💗💗💗💗💗💗💗💗💗💗
তুমি মাথোঁ মোক
এবাৰ কৰা বিশ্বাস ।
💟💟💟💟💟💟💟💟
এয়া মোৰ প্ৰতিশ্ৰুতি
তুমাৰ নামৰ প্ৰথম আখৰ
লিখিলো মই মনৰ মাজত ।
💓💓💓💓💓💓💓💓💓💓💓
তুমি জানো মোক দিবা তুমাৰ মৰম ।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
হিয়া উজাৰি দি যোৱা তুমি মোক
তুমাৰ প্ৰতিশ্ৰুতি মোৰ
হিয়া নাভালো বুলি !!
💔💔💔💔💔💔💔💔💔💔💔

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…