সোণালী শৈশৱ
🌾সোণালী শৈশৱ 🌾
🖋ৰাহুল দাস
সোণালী আশা বুকুত
বান্ধি সোনোৱালী
শব্দই উৰি যায়
তোমাৰ বুকুত।
শুনিবলে কলিজাৰ
কবিতা ------দুৰৈৰ
পৰা শুনিলোঁযি মই
ওচৰত নুশুনো হয়তো
সেয়া।
নিসংগহৃদয়ৰ গীত
-নিয়ঁৰ চেচা মিঠা
শিতল বুকুত উষ্ণ
উশাহ বিচাৰি পাখি
মেলি।
যায় সপোন ------
সঞ্জীৱনি জীৱনৰ
অগ্নি জ্বলাই তোমাৰ
বুকুত লিখিব লেমন
যায়তৰা জ্বলা
নিহাৰিকা এবুকু নিলা মৰম------।
Comments
Post a Comment