মৰহি যোৱা গোলাপৰ পাহীবোৰৰ দৰে
মৰহি যোৱা গোলাপৰ পাহীবোৰৰ দৰে
তুমিও নিৱঁৰ উদাহীন কৰি গুচি গলা
সুবাস জানো মৰহে
এতিয়াও জীয়াই আছো
তোমাৰ স্মৃতিৰ সুৱাস লৈ
তুমি জানো বুজিবা
মোৰ হিয়াৰ অন্তৰালত থকা
গভীৰ বেদনাবোৰ
আহিবানে তুমি উচুপনি গুচাবলৈ
এমুঠি পোহৰ সিচিবলৈ
আহিবানে কাষলৈ
............................
পালো বিছাৰি মই তোমাক ..
ললো সাবটি মোৰ হিয়াত...
কি ভাৱনা কিনো সপোন...
দিলা জগাই আহি তুমি...
ক'তো নাপাও বিছাৰিলেও...
উৰনিয়া মোৰ মন আজি...
................................................
Comments
Post a Comment