অন্তিম ইচ্ছা
"_অন্তিম ইচ্ছা_"
_____________
দোপাল পিটা বৰষুণৰ ৰাতিত
ৰূপালী এখন ফেৰীৰে তোমাক
সোণালী দ্বীপলৈ পলুৱাই নিম
তৰাবোৰে জোনাকী পৰুৱা হৈ
বাঁহীৰ ঠিকনা বিচাৰিব
বাঁহ গছৰ কাষ পালে
নৈ খনত ডুব যাম
মাছবোৰে সুধিলে কম
আমি দুয়ো দুয়োকে ভাল পাওঁ ।
___
Comments
Post a Comment