প্ৰেমহীন

✍🏻 প্ৰেমহীন.....??

তুমি আহিবা সেইদিনা ...?
যি দিনাখন মই তোমাক...?
অপেক্ষা  কৰি ৰ'ম............৷৷
মোৰ চিৰজীৱনৰ  সেই..,,,,,//
চিনাকী _অচিনাকী ঠাই ডোখৰত
য'ত থাকিব মোৰ জীৱনৰ........
শেষ সন্ধিয়াত প্ৰযোজিত......??
কিছু পাক্ষি`ৱ     ………………………
নাথাকিব মাথোঁ মোৰ তাহানিৰ
উৰনীয়া .....মন..............?
গভীৰ মৰম ভালপোৱাৰ....
এখনি অন্তৰ থাকিব মাথোঁ মোৰ
প্ৰাণহীন প্ৰেমহীন ,,,,,,,,,,,,,,,,,,,,,,,,
এটি নিস্তেজ শৰীৰ .............
        তুমি আহিবলৈ নাপাহৰিবা.
        সেইদিনা ,,,,,,,?
        যিদিনাখন মোৰলৈ মনত ..
        পৰিব ......???
                   উভতি আহিবা ??
                   মোৰ জানু,,,???

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…