ঢালপাওঁ তোমাক

ভালপাওঁ তোমাক
"""""""''""""""""""
! ! !
ভালপাওঁ তোমাক আলফুল  …
হৃদয়ৰ নিভাজ কোঠালীৰ
তুমি মোৰ মন ময়ুৰী …
কম কম বুলি ভাৱি থকা কথাষাৰ যে তোমাক কব নোৱাৰো …
তোমাক ভালপোৱাৰ প্ৰমাণ দিব নোৱাৰো …
ভালপোৱা নামত ফালি দেখুৱাব নোৱাৰো
মোৰে কেঁচা কলিজা …
যদিও তুমি নুবুজা
মোৰে দুচকুৰ ভাষা …
তোমাক লৈ লিখো
এটি কবিতা …
তোমাৰ কথা ভাৱিলে হৈ পৰো
ফাগুনৰ মলয়া …
হঠাৎ যেন উৰি যাম তোমাৰ কাষলৈ
আৰু কাণে কাণে কম
ভালপাঁও তোমাক আলফুল …
! ! !

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…