সন্দিকৈ কলেজৰ মিছ প্ৰিয়া তোমালৈ
সন্দিকৈ কলেজৰ মিছ প্ৰিয়া তোমালৈ ! !
! ! ! !
✍🏻 সপোন …
তোমাৰ জীৱনলৈ আহিছিলো এদিন …
তোমাৰ হৃদয়ৰ আমন্ত্ৰণিত … !
আজি যাবলৈ ওলাইছো
তোমাৰ পৰা বহু দূৰলৈ …!
জীৱনৰ সন্ধিয়াবোৰত আজি বিষাদৰ বৰষুণ …
নিজ হাতেৰে এটি কবৰ খান্দিছো …
তোমাক ভালপোৱা মোৰ আলসুৱা হৃদয়খনি কবৰ দিবলৈ …
কবৰ দিম মোৰ দুচকুৰ সপোনবোৰ …
আৰু মোৰ মনৰ আশাবোৰ …
তোমাক সুখী কৰাৰ স্বাৰ্থত …! ! !
Comments
Post a Comment