পাগদ মই
পাগল মই………
পাগল বোলে মই………
পৃথীৱীয়ে
অাজি মোক
হাঁহি হাঁহি কয়।…………
মই বাৰু কিয় পাগল??
অালিবাটত পৰি থকা
কাগজ বুটলাৰ বাবে……
নে অাকাশলৈ চাই
অাপোন মনে কথা পাতি
থকাৰ বাবে……অ"????
মই অালিবাটৰ প্ৰতি টুকুৰা কাগজেই
বুটলি চাওঁ…
তাত জানোচা তোমাৰ(জোনাক)
সন্ধান পাওঁ……
অাৰু ৰিঙিয়াই মাতি
অাকাশ খনক সোধো
ঐ নীলা অাকাশ।
তই মোৰ জোনাক জনীক
দেখিছা নেকি………।
সিহতেঁ জানে অ'
মই যে প্ৰেমিক,
মোৰ মৰমৰ প্ৰিয়াৰ পম খেদা…
এজন পাগল প্ৰেমিক বুলি।
সিহতেঁ বাৰু মোক কি দিলে???????
মিছা অপযশ মিছা বদনাম।
অাৰু সেই মিছা বদনামৰ
বলি হ'লো মই………
গভীৰ নিশা যেতিয়া পৃথীৱীয়ে
টুপনি যায়
মই তেতিয়া বিচাৰি যাওঁ তোমাক (জোনাক
জানোছা তুমি জোনাক
লুকাভাকু খেলি অাছা
মোৰ লগত অাৰু
পুৱতি তৰাতোৰ লগত
অাকাশৰ কলিজাত।
(পাগল সমাবৱশত জীয়াই অাছো
নিজকেৰএজন পাগল ৰুপে
এই হৃদয়ত থকা মৰম মাথোঁ তোমাৰ বাবেই
✍পাপন বলিয়া মই 🎤
Comments
Post a Comment