নেদেখা জনৰ এক ন অৱদান
নেদেখা জনৰ এক ন অৱদান
বহুত ভাল পাওঁ তোমাক সোণ
তুমি মোৰ মোৰ বহুত আপোন
এতিয়া প্ৰতিটো নিশা উমাল
ভাৱনা সাগৰত পোহৰ জাল
ৰচিত এখনি সুৰভি সুখৰ গান
কেনেকৈ দিম ভালপোৱা প্ৰমাণ
বুজিলো সঁচা মৰমৰ দাম কিমান
সচাকৈয়ে নিসংগতাই ভাগ্যৱান
জনম জনম তোমাৰ বাহিৰে মই
নিচিনো আন
কিন্তু দিব নোৱাৰোঁ একুৰি প্ৰমাণ
কাৰণ মই নহয় সুৰত সুৰ মিলাই
গোৱা গান
সচাঁ প্ৰেম মানে নহয় জীৱন দান
মৰম মানে পাৰ ভঙা বান
নেদেখা জনৰ এক ন অৱদান
✍ দিপেন হীড়া
Comments
Post a Comment