ওই কত ও ইমান বিছাৰিছো তুমাক

ওই কত ও ইমান বিছাৰিছো তুমাক
অাৰে বাবা অাহানা এবাৰ মোৰ কাষলে
তুমি এ তো মোৰ সকলো
এবাৰ হাহি দিয়া ও
তুমাৰ হাহিতে মই জিয়াই থকাৰ সম্ভেদ বিছাৰি পাও
হব পাৰো মই দুখিয়া
নাথাকিব পাৰে মোৰ টকা
কিন্তু বুকুত এসাগৰ মৰম লৈ ৰৈ অাছু
তুমালে…………………
তুমাৰ মুখনি নিয়ৰৰ টোপালত জ্বিলিকি উঠিব
অাৰু মই নিয়ৰ টোপাল বুকুত সাবতি ধৰি ৰাখিম
কিমান যে ভাল লাগিব
তুমি মই একেলগে, তুমি মোৰ বুকুত
ওই ভাবিলেই চোন মোৰ মনে নাছি উঠে অাজি
মিঠা মিঠা তুমাৰ মাত
ৰাতিপুৱাৰ গুনগুননি
সচাকৈ তুমি মোৰ জিবনৰ লগৰি
মোৰ প্ৰেয়সী তুমি জ্বিপাল হৈ থকা
অাৰু মই তুমাক জ্বিপাল কৰি ৰাখিম।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…