অপেক্ষা মাথোঁ তোমালৈ
অপেক্ষা মাথোঁ তোমালৈ ...
তুমি উভটি অহাৰ...
তোমাক নিজৰ বুলি ঘূৰাই পোৱাৰ... ।
আজি....
এতিয়া ....
মোৰ হিয়াৰ পদূলি পৰা ...
তোমাৰ হিয়াৰ পদূলিলৈ...
বহু যোজন বাট । ।
এবাৰো যদি উভটি চালা হয়...
দেখিলাহেতেঁন ...
কিদৰে যে মৰা শ'বোৰৰ দৰে...
গেলি পচিব ধৰিছো ।
গভীৰ প্ৰেমৰ অন্ততঃ ...
আজি এয়া ...
টোপাল টোপাল চকুলো নেকি... ?
Comments
Post a Comment