লেটি পেটি
)বাৰীৰ মাজৰ খাল,তোমালকৰ খবৰ ভাল?
*)ককাঁলত মাৰা ৰবৰৰ পেটী,নগেনকাইটিৰ জীয়েকৰ লগত তোমালোকৰ কিহৰ লেটি পেটি?
*)সৰু সৰু পুঠি মাছ বাচিবলৈ টান,সৰুৰ পৰা ভাল পালে এৰিবলৈ টান ।
*)চেণ্ডেল কিনিবা বাটা,
গাড়ী কিনিবা টাটা,
জীৱনত ভাল পাবা,
একমাত্ৰ এটা ।
*)ভাষা নাই অন্তৰত,
চাৰ্জ নাই মবাইলত,
তথাপিও লিখিছো
তোমালোকৰ মৰমত ।
*)তোমালোক মোৰ মৰমৰ আধাফুটা ঢোল,
তোমালোক মোৰ জীৱনৰ মাগুৰ মাছৰ জোল,
বান্দৰে কি বুজিব নাৰিকলৰ মূল,
আজিহে গম পালো তোমালোকৰো আছে অলত মূৰৰ গণ্ডগুল ।
*)তুলসীৰ তলে তলে মৃগ পহু চৰে
আখৰৰ মাজে মাজে ভূল হব পাৰে
Comments
Post a Comment