পৰিৱৰ্তন
পৰিৱৰ্তনঃ
📝ধনটি শইকীয়া
এটি শুকান বালিচৰ
তাতেই পৰিল এটুপি
পানী।
মলিয়ন চেহেৰাটো
ধুঁই পখালি বিশুদ্ধ কৰি
আগবাঢ়ি যাওঁ পৰিৱতৰ্নৰ বাট বিছাৰি।
পৰিৱৰ্তন ……বিৱৰ্তন
শুদ্ধ ………অশুদ্ধতা
সকলো আলোচ্য কৰিলে জ্বলিৱনে…… পবিত্ৰতাৰ চাঁকি?………
পৰিৱৰ্তনঃ
📝ধনটি শইকীয়া
এটি শুকান বালিচৰ
তাতেই পৰিল এটুপি
পানী।
মলিয়ন চেহেৰাটো
ধুঁই পখালি বিশুদ্ধ কৰি
আগবাঢ়ি যাওঁ পৰিৱতৰ্নৰ বাট বিছাৰি।
পৰিৱৰ্তন ……বিৱৰ্তন
শুদ্ধ ………অশুদ্ধতা
সকলো আলোচ্য কৰিলে জ্বলিৱনে…… পবিত্ৰতাৰ চাঁকি?………
Comments
Post a Comment