তুমালৈ মনত পৰিছে
তুমালৈ মনত পৰিছে
হৰ্থাৎ আজি মনটো ওচুপি কান্দিচে
তুমালৈ বৰকৈ মনত পৰিছে,,,
কেনেকৈ মই পাহৰু তুমাৰ লগত প্ৰথম চিনাকী
কেনেকৈ পাহৰু দুচকোৰ মিলন,,,
তুমাৰ শোৰিয়া কথাই মোক আমনি কৰিছে
হয় তুমালৈ বৰকে মনত পৰিছে,,,
গুছিজাও কেতিয়াবা স্মৃতিৰ ফাকো খেলি,,,
পাও মই তুমাক, সেই তিনিয়ালিৰ মোৰত,,
লাজোকি চকুৰে , কেৰাহিকৈ মোলে চোৱা,,,
ওফঃ তুমাৰ চাঅনি, মোৰ বোকুৰ ধপ-ধপ কৈ আমনি,,, তোমালৈ মনত পৰিচে,,, বহুত মনত পৰিছে,,
মই জানো তোমি কুশলে আছা আৰু সদাই থাকিবা মোৰ পাৰ্থনা বিফলে নাযায়,,,
ওফঃ আৰু নোৱাৰু তুমাক নাছাই,,,
তুমিতো ব্যস্ত, মোৰ কথা ভাবিবলৈ তুমাৰ আহৰিয়ে নাই,, কিন্তু মিচা নকবা তোমাৰু মনত পৰিচে,, এদিন হলেও তুমাৰ মোলৈ মনত পৰিছে,, তোমিও কান্দিচা নিৰবে,, মোক ওচৰত নোপোৱাৰ বাৱে, পাৰিছো মই জীয়াই থাকিবলৈ ,, কৰা নাই মোৰ জিৱনক ধংখঃ,, আছো ময় আগৰ দৰেই যেনেকৈ মোক এৰি গৈছিলা মাজ বাটত অকলেক ,,
মই এতিয়া অচিন পথৰ পথিক , পাহৰিছো মোৰ জীৱনৰ বাট,,,
তুমি এতো এৰুৱালা প্ৰথমে মোৰ পৰা হাত,,
এৰিলা তুমি মোক মাজ বাটত নিদিলা একো সহাৰি,,, নামাতিলা এবাৰো মোৰ নাম লৈ নাচালা এবাৰো ঘুৰি,,,
তুমাৰ ভৰশাত ওলাইছিলো সফলতা বিচাৰি,,
পালবোলি হাহিছিলা এদি দাত উলিয়াই পাড়ি
ভোল মোৰ আচিল তুমাক অন্ধৰ দৰে প্ৰেম আৰু বিশ্চাস কৰাৰ
ভুল মোৰ আচিল তুমাক ওচৰ চপুৱাৰ,, ভুল মোৰ আচিল তোমাক লৈ সপুন ৰচাৰ,,
মই তোমাক দুখ দিও তো কেনেকৈ দিম কৰবাত তুমাৰ নামৰ লগত মোৰো নাম জ্বৰিত,
প্ৰমৰ বহু কবিতা তুমাৰ নামৰ বচিত,,
তোমি গলা গুছিজুৱা কিন্তু মই এতিয়া এনে অন্ধকাৰৰ বলি হৈছো য'ৰ পৰা মই পিচোৱাৰ নোৱাৰো আৰু আগুৱাবলৈ ভয়,,, নিজৰ মৰা শ নিযে বোকি ফোৰিছো
বহুদিনৰ মোৰত আজি তুমাক মিচ কৰিচো
Comments
Post a Comment