তোমাৰ ছবি
আজি আকৌ তোমাৰ ছবি চাই কান্দিলো
বেচি সময় ছবিটোলৈ চাবই নোৱাৰিলো,,,,,
তোমাৰ সুখ-সুখ লগা মুখত কিবা চিন্তাই
আবৰি জাল বন্ধাৰ দৰে দেখিলো,,,,,
সেই কজলা চকু জুৰি যাক চাই মই লাজত তলমোৰ কৰিছিলো,,,
আজি কিয় বৰ চল'চলিয়া দেখিলো,,,
দেখাতো আগৰ দৰেই বহুত ধুনিয়া হৈ আছা কিন্তু চেহেৰাত আগৰ সেই সুৱাস নাই,,
চঞ্চল ফুৰ্টিত থকা ছোৱালী জনী কিয় আজি ইমান চিন্তা গভীৰ দেখিলো,,,
দূৰৈত যাওতে তুমি মোক সদায় সুখত থাকিম বোলি প্ৰতিশ্ৰুতি দিছিলা,
তেন্তে তোমাৰ চন্দ্ৰ যেন মোখত আজি কিয় ডাৱৰৰ কলা চপৰা দেখিলো,,,
মইও বহুত দুখী তোমাৰ পৰা আঁতৰি মইও সদাই কান্দো
প্ৰাৰ্থনা কৰো আকৌ দুইও লগ হৈ যাও বোলি, কিন্তু মনৰ কথা কাকো কব নোৱাৰো,,,
তুমি সদায় নিষ্ঠুৰ কান্দিৱ জানা, কিন্তু মনৰ কথা কব নাজানা,,,,
তোমাৰ প্ৰেমত মই বৰ বিমোৰত পৰিছো,,
Comments
Post a Comment