প্ৰেমৰ ঠিকনা বিছাৰি

প্ৰেমৰ ঠিকনা বিছাৰিঃ
    
      🖊ধনটি শইকীয়া

মৰম তুমি দিবানে
     নে নিদিয়া …
তোমাৰ মৰমতে
বলীয়া হাতীৰ দৰে
ইফাল সিফাল কৰি ফুৰিছো
বিছাৰি নাপাও  প্ৰেমৰ
ঠিকনা ………
মোৰ মন বৰ উন্মনা।

পগলাৰ দৰে বিছাৰি ফুৰো প্ৰেমৰ ঠিকনা
মনৰ লুইত খনি শুকাই গ'ল…
আকৌ বৰষা অহা লৈ
আপেক্ষিত মই
বিছাৰি পামনে হেৰাই যোৱা মৰমৰ সুঁতি…
বিছাৰি পামনে প্ৰেমৰ ঠিকনা …
কোৱানা এবাৰ কোৱানা
তুমি আহিবা কেতিয়া।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন