জীৱনটো এক প্ৰশ্ন

জীৱনটো এক সাঁথৰ
       মাথোঁ হাস্যময়।
জীৱনটো এক সপোন
      সপোন হৈ ৰয়।
জীৱনটো এক ৰহস্য
       যাৰ আদি-অন্ত নাই
    মাথোঁ অবিৰাম ভাৱে
                    বৈ যায়।
কেতিয়াবা ৰঙ আহে      জীৱনলৈ
আহে আৰু গুছি যায়।
কেতিয়াবা বিষাদ সিঁচি যায়।
     কান্দিৱলৈ মন যাই কিন্তু চকুপানী নোলাই।
       
       কিয় বাৰু
দিনৰ পাছত ৰাতি হয়
ৰাতিৰ শেষত,,,,,,,,,,
      ই মাথো প্ৰশ্ন?
জীৱন চক্ৰত চকৰীৰ দৰে ঘুৰি ফুৰো,,,,
     সিও এক প্ৰশ্ন?
জীৱনটো কি?
  ইয়াৰ উত্তৰ পাৱলৈ     নাই
ইও মাথো প্ৰশ্ন হৈ ৰৈ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন