জোনালী তোমাৰ স্মৃতিত

তুমি মোক সঘনাই কষ্ট দিছা জোনালী
তোমাক কিন্তু বোজিৱ নোৱাৰি,,,
গৈছিলা পোহৰ বিচাৰি,মোক অন্ধকাৰৰ মাজলৈ ঠেলি দিলা কিয়,সময় জানো কাৰোবালৈ থাকে ৰৈ……
শিকি লৈছিলো তোমাৰ অবিহনে জীয়াই থাকিবলৈ,
পাৰিছিলো আনক হহোৱাই নিজে হাহিবলৈ,,,
এতিয়া আকৌ তোমাৰ স্মৃতিয়ে মোক হাহিব দিয়া নাই
শোৱ দিয়া নাই, মোক খাৱ দিয়া নাই,,,
কিয় জানো সঘনাই তোমালৈ মনত পৰে,হয় তোমালৈ বহুত মনত পৰিছে,,
তুমি নিষ্ঠুৰ প্ৰেম কি নাজানা, প্ৰেম-অগ্নিৰ তাপ তুমি নিচিনা,
 তোমাৰ বাবে প্ৰেম এটা খেল হয়
কিন্তু সেই খেলত মই মোৰ জীৱন হেৰুৱাব ধৰিছো,
হয় তোমাৰ প্ৰতাৰনাক মনত পেলাই মই আকৌ ৰঙা পানীৰ সহাৰি লৈছো,
মই মোৰ জীৱন ধ্বংস কৰিব ধৰিছো,
মই পুনৰ এবাৰ আকৌ তোমাৰ প্ৰেম পৰিব ধৰিছো,
নিৰবে থাকিম, কাকো নকও
নিদো তোমাকো জানিবলৈ,
 আছিলো অকলে অকলেই থাকিম,,
নোৱাৰো তোমাক বিয়া কৰাব…,,……

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন