উত্তৰ বিছাৰি

📝উত্তৰ বিছাৰিঃ
  🖊ধনটি শইকীয়া

কোনে দিব পাৰিবা ?
মোক এটি প্ৰশ্নৰ উত্তৰ।
কিয় বাৰু  ভাললাগে তোমাক।

মনত অবুজ সিঁহৰণ তুলি যাই,,,
প্ৰকাশ কৰাৰ সুচল বাট নাই
তথাপিও তোমাক ভাল লাগি যায়।
অন্তৰৰ এটি কোনত মিঠা অনুভববোৰে
মনটোক দুলনি দি যায়।
তাৰেই প্ৰকাশ ভঙ্গী ভালপোৱা কেতিয়া হৈ  যাই গমকে নাপাই,।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…