মৰিছিকা খেদি ভাগৰি পৰিম

কিমান আৰু মৰিছিকা খেদি খেদি ভাগৰি পৰিম
আগলে খোজ দিব খুজিয়ো থমকি ৰও কিজানিবা ওজোটি খাই পৰো...

নিসংগতাই হয় পৰিছে এতিয়া মোৰ একমাত্র লগৰী
হাত বাউলি দি অতিতে ৰিঙিয়াই মাতি কৈছে চা নিজত কৈ ও বেছি আপোন বুলি ভাবিছিলি নহয় এতিয়া চকুলো বোৱাই আছ কিয়..

হয় বিশ্বাসৰ মূল্য তুমি থিকেই দিলা বিশ্বাসহিনতা.
আশা বিলাক দিব নালাগিছিল নিৰাশাত ভুগীবলৈ
সপোন দেখা ব নালাগিছিল কল্পনাই যদি নাছিল বাস্তৱ কৰা...

মই ভাগৰি পৰিছো
উকা হৈ গৈছে মোৰ হিৃদয়ৰ কোঠালী
বন্ধ হৈ গৈছে প্ৰেমৰ সা ৰে গা মা পা.......
নোপোৱা বেদনাত কে পাই হেৰাই যোৱা বেদনা বহু গুণে বেছি আজি মই ভালদৰে অনুভৱ কৰিছো...

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন