অভিমান

। । । । । । অভিমান । । । । । 

অভিমান ....অভিমান....অভিমান
অভিমানে ভৰপূৰ হৈ আহিছে..
হৃদয়ৰ  এটা চুক ।
নাজানোঁ ....নাজানোঁ.....কিয় !!!
এই অভিমান...
তোমাৰ লগত হোৱা চিনাকিয়েই
মোৰ কাৰণে হৈ পৰিছে নেকি !!!! অভিমান....
চিনাকি হৈ উভতোতেই....
অজানিতে জাগি উঠিল....তোমাৰ প্ৰতি এক অবুজ অভিমান ।
মই বৰ নিষ্ঠুৰ নেকি .....!!!!!
তোমাক বৰকৈ অভিমান কৰোঁ....
হয়তো মই সচাকৈয়ে নিষ্ঠুৰ....
কাৰণ..... নিষ্ঠুৰ মোৰ অভিমান ॥


Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…