মনৰ দুখ
%% মনৰ দুখ%%
যিদিনা মই নাথাকিম
তোমাৰ কাষত,,,,,,,,,,
মোলৈ মনত পৰিব জানু
মই যে শুকুলা ডাৱৰৰ
বুকুত?????
এবাৰ তুমি মোলৈ .......
চোৱানা??
সৌ আকাশত.যে দেখিছা তৰাতো??
এদিন মোৰে আছিল মই বহুত
সুখ পাম?
ক,ত কবানো মোক ভালেই
নোপোৱা মোক,,,,,,,,,,,,,,,
মই মাথোঁ কম মই কেৱল তোমাৰ অপোক্ষা কৰিম ?
আহিবা তুমি মোৰ
কাষলৈ????
Comments
Post a Comment