দোভাগ ৰাতিৰ
দোভাগ ৰাতিৰ
আকাশৰ তৰা
বুকু ভৰি মৰম
আছে তোমালৈ
তুমিহে নুবুজা...
পলে পলে তোমালৈ
মনত পৰে
পখিলা হৈ মন
মোৰ উৰা মাৰে
কাষতে পাবলৈ
তোমাক মন মোৰ
ব্যাকুল হৈ পৰে....
😊😊😊
Comments
Post a Comment