তোমি মোক কিয় নুবুজিলা

✍🏻✍🏻তুমি মোক কিয় নুবুজিলা

মইতো নাজানিলো মৰম দিব ?
তুমি ভবা দৰে মৰম যাচিবলৈ?
মইতো  নোৱাৰোঁ,,,,,,,.....?
তোমাক নাপালে মৰি থাকিবলৈ..
কিন্ত তোমাৰ অৰিহনে.......😭
জীয়াই থাকিবলৈ যানু পাৰিম?
মই  যানু  নোহোৱাকৈ ,,,,,,,,,..?
তুমি  কিমান  দিন সুখী হবা,,,?
কিন্ত এটা কথা  জানো মোৰ ,,,
স্মতিবোৰে তুমি এদিন চকুপানী
টুকিবা,,,?
সিদিনা বুজিবা মৰম কি???
           

                

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…