প্ৰেম

৷৷৷৷৷৷৷৷৷প্ৰেম৷৷৷৷৷৷৷৷৷
এবাৰ তুমি চকু মুদি ছোৱা ?
তাতে তুমি দেখিাবা পাবা সপোনজনৰ ছবি?
সপোনত আহি তোমাক কৰিব আমনি??????
        এবাৰ দুচকু মুদিছোৱাঁ
       দেখিবা আপোনজনক তোমাৰ কাষত পাবা,,,,,,,,,,,,
        তোমাৰ দুখত দুখি তেওঁ!
       তোমাৰ সুখত সুখি !!!!!!
দেখিবা দুয়োতিৰ দুটা সৰিৰ,,,,,,,
কিন্ত দুয়ো যেন একেখন অন্তৰ ধাৰি??????
             প্ৰেম মিঠা মিঠা অনুভৱ
                এয়ে নেকি প্ৰেম???
             নহয় কেতিয়াউ প্ৰেমৰ
                      কাহিনী শেষ???
              

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…