মই জানো তোমাক নাপাওঁ

মই জানো
মই তোমাক
কেতিয়াও নাপাওঁ
আৰু তুমি মোৰ  নোহোৱা
তথাপিও মই তোমাক
বহুত ভাল পাওঁ
পাই থাকিম সদায়
সকলোৱে কব পাৰে
মই তোমাক ভাল পাওঁ
বুলি
কিন্তু আপেক্ষা
সকলোৱেই কৰিব নোৱাৰে ।
আপেক্ষা সেইজনহে কৰিব
যিজনে আপোনাক প্ৰকৃতাথৰ্ত
ভাল পাই ।
মই তোমালৈ আপেক্ষা
কৰিম
মই মাথোঁ  আজীৱন তোমাকে ভাল পাই থাকিম

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন