মৰম ভিক্ষাৰী
মৰম ভিক্ষাৰী
----------------
ভিক্ষাৰী এজন মই …
সকলো বিচাৰিব লাগে ঘৰৰ পৰা…
আনকি বিছাৰি লাগে
সুখ বোৰো…
মা- দেউতাৰ পৰা……
মৰমৰ মাত বোৰৰ পৰাও…
থাকিব লাগে আতঁৰি…
হৃদয় কপোৱা দুখ বোৰ…
বুকুত লৈ…
কোনে বুজি পাব…
মোৰ মৰম বোৰ …
নাপামেই কিজানি মৰম বোৰ…
এই জনমত…
বিচাৰিব লাগিব হৃদয় ফালি…
কাৰোবাৰ মিঠা মিঠা মৰম বোৰ……
হৈ পৰিছো নাম জ্বলা এজন…
মৰম ভিক্ষাৰি…
মই এজন ভিক্ষাৰী………!
Comments
Post a Comment