তোমাৰ অৱিহনে

জনা নাছিলো মৰহি যাব
ফুলৰ কলি !!
ভবা নাছিলো তুমি পাহৰিবা
বুলি.... এতিয়া বুজিলো
কিছুমান মানুহে সাগৰক
পালে      💔
নদীক পাহৰিব পাৰে ৷৷

💐        তোমাৰ অৱিহনে

বুকুৰ আপোন হৈ যদি আঁতৰি
যোৱা মই দুখ নকৰো, আজি
দুখি হৈ যদি কাইলৈ সুখি হোৱা
মই হিংসা নকৰো, আনৰ মৰম
পাই যদি তুমি আনৰো হৈ যোৱা
মই চকুলো নোটোকো, চকুলো
টুকিবা তুমি যিদিনা মোৰ সঁচা
মৰমে আমনি কৰি সপোনত
সোধিব...."জান তুমি সুখিনে
বুলি....?

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…