পাগল

পাগল
              ✍হিতেশ বৰ্মন
পাগল হৈ থাকিব দিয়া মোক ,
মুক্ত আকাশৰ তলত ।
অনাই বনাই ঘুৰি থাকিবলৈ দিয়া ।
নিজা ইচ্ছামতে চলিবলৈ দিয়া মোক ।
তোমাৰ প্ৰেমত বলিয়া হৈ মৰাতকৈ
পাগল হোৱাই ভাল ।
হয় , মই পাগলযেই ।
তুমি ঠিকেই ভাবিছা মই পাগল বুলি ।
তোমাৰ প্ৰেমত বলিয়াহৈ
মই পাগল ।
পাগল, পাগল , পাগল
ময়েই পাগল ।
অশ্ৰুলো টুকিছো আজি ।
কিমান টুকিম আৰু চকুলো ।
তোমাৰ বাবে ,
কেৱল তোমাৰ বাবে

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…