শাৰদীৰাণী
শাৰদীৰাণী
-----------------------------------
জোনাকী সন্ধিয়া তুমি আহিবা
মোৰ বুকুৰ বাগিচাত সংগোপনে
তোমাৰেই অপেক্ষাত কলিবোৰ
মেল খাওঁ মেল খাওঁ কৰি আছে যাৰ পাহিবোৰ ৷
তোমাৰ বাবে কিমান যে হেঁপাহ
উজান --ভাটী কৰি থাকে বুকুৰ বতাহ
তুমি আহিবা মায়াময় জোনাকী গধূলি
উদুলি --মুদুলি কৰি মোৰ নিজান
পদুলি ৷
তাং 22/2/17
Comments
Post a Comment