সপোন

মই ভাল পোৱা ছোৱালী জনীক মই নাপালোঁ য়দিও তেওঁ উৰে জীৱন সুখেৰে থাকিবলৈ প্ৰাৰ্থনা কৰাটোৱেই প্ৰকৃত প্ৰেম,
                ⚘ 🌱🌱  সপোন🌱🌱⚘
                           ঐ কেতিয়াবা সপোনত আহি চাবা চুন, প্ৰাণ খুলি কথা পাতিম,
                           তোমাক ক'বলৈ বহুতে কথা থাকি গ'ল, সপোনতে সকলো কম,
                   বহুত হাঁহিম অলপ কান্দিম
মৰমেৰে দুগালত চুমাও আকিম,
        কেনেকৈ আছা মোৰ অবিহনে সঘনাই সুধিম,
যদি তুমি  উভটাই মোক প্ৰশ্ন কৰা মই মিছা        
                   মাতিবলৈ যত্ন কৰিম,
দুবাহুত সাবতিবলৈ  চকুত চকু থৈ, তুমাৰ মনৰ     
         কথা জানিবলৈ চেষ্টা কৰিম,
                তুমাৰ দুখ বোৰ বোজা মোৰ কান্ধত লৈ তোমাক  লঘু কৰিবলৈ চেষ্টা কৰিম,
         সপোনত আহি চাবাচুন মৰম,মৰম আৰু বহুত মৰম কৰিম,
                   ✍গোবিন্দ সৎনামী

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন