বন্ধু মোৰ বন্ধু
বন্ধু ঐ বন্ধু,,,, মোৰে বন্ধু,,
বন্ধু ঐ বন্ধু তুমি মোৰেই বন্ধু,,
কষ্ট হলে তুমাক,,, মোৰ মনে কান্দে,,
তোমাৰ সুখত,, মোৰ হৃদয় ফুলে,,
এনে মোৰ মন বন্ধু,,
আমাৰ মা বেলেগ,, তথাপিতো আমি একে,
আপোনত তুমি আটাইতকৈ আপোন,
যেন আমি এজনে আন জনৰ দাপোণ,,
অমূল্য সম্পদৰ দৰে মোৰ বন্ধু,,
তুমাৰ লগত খালিপেট সুখী,,
তুমাৰ বাবে মা'ৰ খাবলৈ ৰাজি,
তুমাৰ বাদে সকলো ফাঁকি,,
এনে মোৰ বন্ধু,,
তুমাৰ হৃদয় জ্বলিলে মোৰো দেহ পুৰে,,
তুমাক বেয়াকৈ কলে,, মোক বেয়া লাগে,,
তেজৰ নহলেও মনৰ সম্পৰ্ক চাগে,,
সেয়ে হে কও বন্ধু,,
বন্ধু ঐ বন্ধু,,,, মোৰে বন্ধু,,
বন্ধু ঐ বন্ধু তুমি মোৰেই বন্ধু,,
#তোমাৰ_কোনোবা_শতৰু_হলে
#মোৰো_শতৰু_সেই_জন,,
তোমাৰ মিত্ৰ মোৰো মিত্ৰ,,
সেইয়ে মোৰ মন্ত্ৰ,,
মই এনে হয় বন্ধু,,
Comments
Post a Comment