ঐ মোক বেয়া পোৱা ছোৱালী জনী,,
ঐ মোক বেয়া পোৱা ছোৱালী জনী,,
{মই জানো!! আজি এবাৰ হ'লেও তোমাৰ মোলৈ মনত পৰিছিল,, (তই ইমান নিষ্ঠুৰ নহয় জিমান দেখুৱাব খুজ)}
ধেমালি কৰিলো,, তোমাৰ আ'ক মোলৈ মনত পাৰিবলৈ মই কোন,, এৰা নামটোও পাহৰিলা ছাগে নহয় জানোঁ হিঃ হিঃ,
আমাৰ ইয়াত বহুত ম'হ অ,,
টোপনি এ নাই অহা চুৱা চোন 4:14এম হল,,
এৰা তুমাক এইবোৰ কৈ কি লাভ,, ম'হ বাঢ়িছে আঁঠুৱা লব লাগে,,
মেক্স জ্বলাব লাগে,,
তুমি তো ভালকৈ এ জানা মোৰ পাহৰা স্বভাৱটো,,
এহ বাদ দিয়া এইবোৰ,, মই এতিয়া ম'হকো ভাল পোৱা হৈছোঁ জানা,,
কি মধুৰ গান গাই ন? গুন___গুন____গুন ভালেই লাগে দিয়া,,
ম'হে হে যেন মোৰ আচল বন্ধু,,
ৰাতি বিছনাত পৰাৰ পিছত আহি এবাৰ কাণত সুধেহি,,
ঐ পাগল টোপনি গলানে??
যদি যোৱা নাই ব্যৰ্থ সপোনৰ মাজৰ পৰা ওলাই মোৰ লগত খেলা হি,, মোক ধৰিবলৈ চেষ্টা কৰা,,
পাৰিলে মোক মাৰা,,
কিয় ব্যৰ্থ চিন্তাত সময় নষ্ট কৰিছা,,
মই বহু জেগাত ঘুৰি_ফুৰি তোমাৰ তাত আহিছোঁ,,
তুমি যাৰ বাবে দুখৰ গছ পোলি লগাইছা নহয় তেওঁ,, কাহিনীবায় তুমাক তেওঁৰ মনৰ পৰা ডলিয়াই পেলাইছে,,
এইবোৰ কথা মই বেয়া পাওঁ,
যদি তোমাক লাগে মোৰ তেজ লোৱা,, আৰু ইয়াৰ পৰা যোৱা,,
ম'হে নেমানে,,, কব'লৈ আৰু কিবা ডিঘল কাহিনী ওলিয়ালে,,
মই বাধ্য হৈ তাক মাৰি পেলালো,, আৰু কলো তুমি তেওঁক চিনি নোপোৱা মিছাতে কিয় বকি আছা,,
তাইৰ আজি জন্ম দিন,,
তুমি মিছাতে মোক তাইৰ মনত পেলালা,,,
যি কি নহওক ওপজাদিনৰ হিয়া ভৰা শুভেচ্ছা থাকিল,,
আগন্তুক নববৰ্ষেয়ে কঢ়িয়াই আনক সুখ, হাঁহি,, আৰু ফুৰ্তি,,
ইতি
মই এনে এজন প্ৰেমিক যি জনে তোমাক ফুন নকৰাৰ কথা দিছে,,
(মেচেজৰ কথা কোৱা নাছিলো কিজানি বাবে দি আছো sry)
নহলে
Comments
Post a Comment