বহাগৰ ৰঙ…
[3/24, 11:45 AM] Dhanti Saikia: ৰঙতে ৰঙ তুলি উৰণীৰ তলতে হাঁহি সুন্দৰকৈ সাজি কাছি ক'লৈ যোৱা তুমি… তুমি ব'হাগী… প্ৰকৃতি অনুপমা সৃষ্টি তোমাৰ ৰূপতে বলিয়া কত বসন্তৰ প্ৰিয়াসী। ৰূপে ৰসে ফলে ফুলে জাতিষ্কাৰ হৈ বুকুত ৰঙীনতাৰ ভাৰ বান্ধি ধৰালৈ নমাই আনিলা ৰঙালী… ৰঙৰ সুৰুয তুমি … পোহৰাই তোলা ৰঙ… সেই ৰঙতেই মতলীয়া হৈ … [3/25, 11:05 AM] Dhanti Saikia: শূন্যতাঁঃ 🖊ধনটি শইকীয়া। লাজুকীয়া …তই বৰ লাজুকীয়া অ। মৰমীয়াল …তই বৰ মৰমীয়াল। তোৰ হাঁহি বৰ ধুনীয়া…। আশা সুধীয়া !…আশাই ধ্বংস কৰে তোৰ হাঁহি । জেপত নাই ধন… তোৰো যে মন … কিয় তই বলীয়া… কিয়…ইমান চঞ্চল পালি নে ব'হাগৰ বতৰা… ঢোল পেপাই নাপাতে… সকলো আজি … মলিয়ান এলান্ধু। মগজুত ধৰিছে মামৰ সকলো আজি ভোটা…তৰুৱালৰ দৰে। যিমানেই ধাৰ দিয়া… সি নাকাটে অ নাকাটে। সকলো পচি গ'ল মাথো চোৱাৰ লগে লগে ধুলি। বতাহৰ লগত সকলো মিলি গ'ল আজি মাথো শূন্যৰ বুকুত শূন্যতা। [3/25, 5:00 PM] Dhanti Saikia: নিৰোত্তৰঃ 🖊ধনটি শইকীয়া উকা কাগজত লিখি ...