কেনে আছা?
-- কেনে আছা? -- আছো,থাকিব লাগে বাবে। -- মোৰ কথা নুসুধা? -- ভালেই থকাৰ বাবেই দূৰলৈ গুচি আহিছো,জানো ভালেই আছা! -- হুম,কি কৰিছা? -- ইনেই আছো,আকাশত নিকোটিনৰ ধোৱাঁ উৰুৱাই! -- কিয় খোৱা,নাজানা চিগা...
তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা শাওণৰ আকাশৰ উন্মাদনা তোমাক ভাল পাওঁ বুলি কলেই ৰিম ঝিম বৰষুণ নামে তুমি শব্দময় প্রাণৰ দুহিতা, ভালপোৱাৰ নন্দন প্রতিমা... তুমি শব্দ তুমি গোন্ধ আহিনৰ দুবৰি বুটলা সোনাৰুৰে মালা গোঠা কবিতাৰ দৰে সজোৱা নিশাৰ আকাশ তোমাৰ উশাহত ফুলে শেৱালিৰ সুবাস!!